সদস্য বাৰ্তা:কুমুদ ঘোষ
নমস্কাৰ, কুমুদ ঘোষ
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
— AdoroniBot (বাৰ্তা) 09:18, 14 September 2024 (ইউ.টি.চি.)
প্ৰতিভাবান নবাগত লেখক পদক
[সম্পাদনা কৰক]-Nayan j Nath (বাৰ্তা) 16:10, 28 September 2024 (ইউ.টি.চি.)
- ধন্যবাদ জনালোঁ। অনুপ্ৰাণিত হ্'লোঁ। কুমুদ ঘোষ (বাৰ্তা) 12:02, 29 September 2024 (ইউ.টি.চি.)
ফটোগ্ৰাফাৰৰ পদক
[সম্পাদনা কৰক]- দিব্য দত্ত (বাৰ্তা) 19:30, 30 October 2024 (ইউ.টি.চি.)
- ধন্যবাদ জনালোঁ। কুমুদ ঘোষ (বাৰ্তা) 19:49, 30 October 2024 (ইউ.টি.চি.)
সুলেখিত প্ৰবন্ধকাৰ পদক
[সম্পাদনা কৰক]- অনুপ্ৰাণিত হ'লোঁ। সকলোকে ধন্যবাদ জনালোঁ। কুমুদ ঘোষ (বাৰ্তা) 17:17, 1 December 2024 (ইউ.টি.চি.)
ৱিকিপিডিয়া এছিয়ান মাহ ২০২৪ - প্ৰথম স্থান
[সম্পাদনা কৰক]শ্ৰদ্ধাৰ ৱিকিসতীৰ্থ,
অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা ৱিকিপিডিয়া এছিয়ান মাহ ২০২৪ শীৰ্ষক সম্পাদনা মেলাত অংশগ্ৰহণ কৰি সৰ্বাধিক প্ৰবন্ধ সৃষ্টিৰে আপুনি প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আপোনাৰ এই অৱদানে প্ৰতিযোগিতাখনিক এক দুৰন্ত গতি প্ৰদান কৰিছে। আপোনাৰ এই বহুমূলীয়া অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। আপোনাক এই পদক আগবঢ়াবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। ধন্যবাদেৰে,
|
চাণক্য (বাৰ্তা) 14:12, 15 December 2024 (ইউ.টি.চি.)
- অনুপ্ৰাণিত হ'লোঁ। এয়া মোৰ সামন্য প্ৰয়াস। আপোনাসৱৰ দিশা-পৰামৰ্শ ভৱিষ্যৎ দিনত আমাৰ দৰে নতুন সকলৰ বাবে সদায়েই কাম্য।
- অসমীয়া ৱিকিমিডিয়া সমাজ-ৰ সকলোকে ধন্যবাদ জনালোঁ। কুমুদ ঘোষ (বাৰ্তা) 16:10, 15 December 2024 (ইউ.টি.চি.)
Invitation to Participate in the Wikimedia SAARC Conference Community Engagement Survey
[সম্পাদনা কৰক]Dear Community Members,
I hope this message finds you well. Please excuse the use of English; we encourage translations into your local languages to ensure inclusivity.
We are conducting a Community Engagement Survey to assess the sentiments, needs, and interests of South Asian Wikimedia communities in organizing the inaugural Wikimedia SAARC Regional Conference, proposed to be held in Kathmandu, Nepal.
This initiative aims to bring together participants from eight nations to collaborate towards shared goals. Your insights will play a vital role in shaping the event's focus, identifying priorities, and guiding the strategic planning for this landmark conference.
Survey Link: https://forms.gle/en8qSuCvaSxQVD7K6
We kindly request you to dedicate a few moments to complete the survey. Your feedback will significantly contribute to ensuring this conference addresses the community's needs and aspirations.
Deadline to Submit the Survey: 20 January 2025
Your participation is crucial in shaping the future of the Wikimedia SAARC community and fostering regional collaboration. Thank you for your time and valuable input.
Warm regards,
Biplab Anand
পোখালি বিস্তাৰ সম্পাদনা মেলা ২০২৪ৰ ফলাফল
[সম্পাদনা কৰক]অসমীয়া ৱিকিপিডিয়াৰ 'পোখালি বিস্তাৰ সম্পাদনা মেলা ২০২৪'-ত অংশ লৈ ভালেসংখ্যক গুৰুত্বপূৰ্ণ প্ৰবন্ধ সমৃদ্ধ কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। এই সম্পাদনা মেলাত অৱদানৰ ভিত্তিত প্ৰথম স্থান দখল কৰাৰ বাবে আপোনালৈ আন্তৰিক অভিনন্দন জনাইছোঁ! -Joli Rumi (বাৰ্তা) 14:41, 10 January 2025 (ইউ.টি.চি.)
- ধন্যবাদ জনালোঁ। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি আমি যৎসামান্য প্ৰচেষ্টা কৰিছিলোঁ। আমাৰ অনুভৱ এনে বহু প্ৰবন্ধ এতিয়াও পোখালিতে ৰৈ গ'ল যিবোৰ বিস্তৃত হোৱাৰ অৱকাশ আছে; আনহাতে পোখালিৰ পৰা প্ৰতিযোগিতাৰ নিয়ম অনুসৰি মুক্তি লাভ কৰা বহু প্ৰবন্ধ আৰু অধিক বিস্তাৰিত হোৱাৰ সুযোগ আছে। আমি প্ৰতিযোগিতাক প্ৰতিযোগিতা হিচাপে জ্ঞান কৰি আগবঢ়াৰ ফলত প্ৰবন্ধবোৰত অধিক সময় আৰু শক্তি ব্যয় কৰিব নোৱাৰিলোঁ। তথাপি আমাক উৎসাহিত কৰাৰ বাবে সকলোৰে ওচৰত কৃতজ্ঞ। কুমুদ ঘোষ (বাৰ্তা) 17:12, 10 January 2025 (ইউ.টি.চি.)