মামিত জিলা
অৱয়ব
মামিত জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | মিজোৰাম |
চহৰ | মামিত |
চৰকাৰ | |
• লোকসভা কেন্দ্ৰ | মিজোৰাম লোকসভা কেন্দ্ৰ |
কালি | |
• মুঠ |
3,025 km2 (1,168 sq mi) |
জনসংখ্যা (২০১১) | |
• মুঠ |
86,364 |
• ঘনত্ব | 29/km2 (74/sq mi) |
ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত মামিত জিলা অন্যতম। মামিত জিলা মিজোৰামৰ পশ্চিম প্ৰান্তত অৱস্থিত। ইয়াৰ আন্তৰ্জাতিক সীমা বাংলাদেশৰ সৈতে সংযুক্ত, আৰু ই সাজেক নদীৰ দ্বাৰা বিভক্ত। সীমান্ত জিলা হোৱা বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত মামিত জিলাৰ অতি তাৎপৰ্য আছে।
ভৌগোলিক অৱস্থান
[সম্পাদনা কৰক]এই জিলাখনৰ উত্তৰে অসম ৰাজ্যৰ হাইলাকান্দি জিলা; পশ্চিমে ত্ৰিপুৰা ৰাজ্যৰ উত্তৰ ত্ৰিপুৰা জিলা আৰু বাংলাদেশ; দক্ষিণে লুংলেই জিলা আৰু পূবে কোলাছিব আৰু আইজল জিলা অৱস্থিত। এই জিলাখনৰ আয়তন হৈছে ৩০২৫.৭৫ কিলোমিটাৰ। মামিত চহৰ জিলাখনৰ প্ৰশাসনিক সদৰ।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Mamit District : Census 2011 data". census2011.co.in. https://www.census2011.co.in/census/district/386-mamit.html.
- ↑ "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011.