বাৰ্তা:মুম্বাই
অৱয়ব
এই পৃষ্ঠাখন মুম্বাই-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা | |||
---|---|---|---|
|
|
মুম্গ্ৰন্থ
[সম্পাদনা কৰক]নামটো খেলিমেলি পাইছো, চাবচোন| বিষ্ণু শইকীয়া বাৰ্তা 15:09, 14 অক্টোবৰ 2012 (UTC)
মুম্বই (বাংলা)ৰ পৰা "বই" টো "গ্ৰন্থ" বুলি replace all কৰাৰ ফলত "মুম্গ্ৰন্থ" বোৰৰ জন্ম হ'ল। কোনোবাই এবাৰ চকু ফুৰাব। ভগৎ লাল দত্ত 19:59, 15 অক্টোবৰ 2012 (UTC)
- হাঃ হাঃ হাঃ ..... ছপাশালৰ ভুত ৱিকিপিডিয়াতো সোমালহি তেন্তে!!! প্রভাকৰ শৰ্মা নেওগ (talk) 20:14, 15 অক্টোবৰ 2012 (UTC)