সমললৈ যাওক

ফেমিনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Femina
প্ৰকাৰ Women's magazine
প্ৰকাশনৰ হাৰ Biweekly
প্ৰকাশক The Times Group
প্ৰথম সংখ্যা July 1959
কোম্পানী Worldwide Media
দেশ India
ভিত্তি Mumbai
ভাষা English, Hindi, Bengali and Tamil
ৱেবচাইট www.femina.in
OCLC সংখ্যা 1327320

ফেমিনা এক মহিলাৰ ওপৰত ভিত্তি কৰি প্ৰকাশ পোৱা, ভাৰতীয় আলোচনী। এই আলোচনী টাইমস গ্ৰুপৰ মালিকানাধীনত প্ৰকাশ হয়।[1] ভাৰতৰ আটাইতকৈ পুৰণি মহিলা ইংৰাজী আলোচনী ফেমিনা প্ৰায় ছয় দশক ধৰি প্ৰকাশ হৈ আহিছে। এই আলোচনীত মহিলাৰ লগত জড়িত বিভিন্ন বিষয়ৰ প্ৰবন্ধ আৰু আলোচনা প্ৰকাশ হয়। উদাহৰণস্বৰূপে কিছুমান বিষয় হৈছে সম্পৰ্ক, কেৰিয়াৰ, ফেশ্বন, সৌন্দৰ্য, আৰু উচ্চ সাফল্য অ���্জন কৰা মহিলাৰ তথ্য, সাক্ষাৎকাৰ, ইত্যাদি। ফেমিনা (ইণ্ডিয়া)ৰ বৰ্তমান ফেচবুকত ২.৮ নিযুত অনুসৰণকাৰী আছে,[2] ইনষ্টাগ্ৰামত ৫৫৬.৬০০ [3] আৰু টুইটাৰত ৫৫২.০০০ আছে।[4] এই দ্বিমাহিলী আলোচনীখনে ফেমিনা হিন্দী,[5] ফেমিনা বাংলা[6]আৰু ফেমিনা তামিলৰ [7] দৰে আঞ্চলিক ভাষাতো প্ৰকাশ হয়। ইয়াৰ উপৰিও, এই আ��োচনীত ফেমিনা চেলোন এণ্ড স্পা প্ৰকাশ হয়, যাক মাহিলী ভাৰতীয় সৌন্দৰ্য ব্যৱসায়লৈ পোনপটীয়াকৈ বিতৰণ কৰা হয়, আৰু বিভিন্ন সময়ত ফেমিনা ব্ৰাইডছ, ফেমিনা পেৰেণ্টিং, আৰু ফেমিনা কুকবুক আদি প্ৰবন্ধও প্ৰকাশ হয়।

বাহ্যিক সংযোগসমূহ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Dana McLachlin; Tara Dhakal; Pramada Menon (Spring 2012). "For All the Women You Are": National Identity, Gender, and Tradition/Modernity in Indian Women's Magazines". School for International Training India. Retrieved 26 July 2016.
  2. https://www.facebook.com/feminawoman
  3. https://www.instagram.com/feminaindia/
  4. https://twitter.com/FeminaIndia
  5. "महिलाओं की पत्रिका/मैगजीन - फ़ैशन, सौंदर्य, रिश्ते, स्वास्थ्य, खानपान – Women's Hindi Magazine" (hi-IN ভাষাত). फेमिना हिन्दी. https://www.femina.in/hindi/. 
  6. "মহিলাদেৰ পত্ৰিকা- ফ্যাশন, সৌন্দৰ্য, সম্পৰ্ক, স্বাস্থ্য- Fashion, Beauty & Lifestyle Tips for Women in Bengali" (bn-IN ভাষাত). ফেমিনা বাংলা. https://www.femina.in/bengali/. 
  7. "பெண்களுக்கான இதழ் – ஃபேஷன், அழகு, உறவுகள், ஆரோக்கியம் | ஃபெமினா தமிழ் | Women's Magazine - Fashion, Beauty, Relationships, Health | Femina Tamil" (ta-IN ভাষাত). பெமினா. https://www.femina.in/tamil/.