আখৰ

অৰ্থ বুজাবৰ বাবে ব্যৱহাৰ কৰা চিহ্ন


আখৰ হ'ল অৰ্থ বুজাবৰ বাবে ব্যৱহাৰ কৰা চিহ্ন।[1] কোনো ভাষাক লিখিত ৰূপ দিবলৈ যিবোৰ চিহ্ন ব্যৱহাৰ কৰা হয় সেইবোৰেই আখৰ৷[2] উদাহৰণ হিচাপে অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা — অ, আ, ই, ক, খ, গ আদি চিহ্ন৷ অসমীয়া ব্যঞ্জনবৰ্ণমালাত ৪১ টা আখৰ পোৱা যায় যদিও ইয়াৰে ‘ক্ষ’ আখৰটো ‘ক’ আৰু ‘ষ’ৰ যুগ্ম ৰূপহে (ক+ষ=ক্ষ)৷ আখৰৰ সমাৰ্থক শব্দ হ'ল: অক্ষৰ, আক্ষৰ, বৰ্ণ, লিপি, হৰফ।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "আখৰ". শব্দ অভিধান. https://www.xobdo.org/dic/আখৰ। আহৰণ কৰা হৈছে: ৫ ডিচেম্বৰ, ২০২৪. 
  2. "আখৰ, বৰ্ণ ইত্যাদি". ভগ্নাংশ নিৰ্মাণ. https://mrinaljyotigoswami.blogspot.com/2011/08/blog-post_12.html?m=1। আহৰণ কৰা হৈছে: ৫ ডিচেম্বৰ, ২০২৪.