দক্ষিণ কামৰূপ মহাবিদ্যালয়
অসমৰ শিক্ষানুষ্ঠান
দক্ষিণ কামৰূপ মহাবিদ্যালয় (ইংৰাজী: Dakshin Kamrup College) হ'ল কামৰূপ জিলাৰ অন্তৰ্গত মিৰ্জাৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।[1]
দক্ষিণ কামৰূপ মহাবিদ্যালয় | |
---|---|
মূলমন্ত্ৰ | তমসো মা জ্যোতিৰ্গময় |
স্থাপিত | ১৯৬১ |
ধৰণ | মহাবিদ্যালয় |
অধ্যক্ষ | ড° নৱজ্যোতি দাস |
স্থান | মিৰ্জা, অসম, ভাৰত |
ৱেবছাইট | dkcollegeonline.in |
ইতিহাস
সম্পাদনা কৰক১৯৬১ চনত দক্ষিণ কামৰূপ মহাবিদ্যালয় স্থাপন কৰা হৈছিল। ২০০৫ চনত মহাবিদ্যালয়খন প্ৰাদেশীকৃত হয়।[1]
অৱস্থিতি
সম্পাদনা কৰকদক্ষিণ কামৰূপ মহাবিদ্যালয় কামৰূপ জিলাৰ মিৰ্জাত অৱস্থিত। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা মাত্ৰ ৬ কিঃমিঃ পশ্চিমে অৱস্থিত মালিয়াটা পাহাৰৰ সমীপত মহাবিদ্যালয়খনৰ অৱস্থিতি।[1]
পাঠ্যক্ৰম
সম্পাদনা কৰকদক্ষিণ কামৰূপ মহাবিদ্যালয়ত নিম্নোক্ত পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।[1]
- উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান)
- স্নাতক (কলা আৰু বিজ্ঞান)
- স্নাতকোত্তৰ (অসমীয়া)
- BMC
- B.VOC
বিভাগসমূহ
সম্পাদনা কৰককলা:
|
বিজ্ঞান:
|
তথ্য সংগ্ৰহ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰক